cover image

পেৰিছ

From Wikipedia, the free encyclopedia

পেৰিছ হৈছে ফ্ৰান্সৰ আটাইতকৈ জনবহুল তথা ৰাজধানী চহৰ। ইয়াৰ মাটিকালি প্ৰায় ১০৫ বৰ্গ কিলোমিটাৰ (৪১ বৰ্গ মাইল)। ২০১৯ চনৰ তথ্যমতে পেৰিছৰ জনসংখ্যা আনুমানিক ২,১৬৫,৪২৩ জন।[1] ২০২০ চনত ই বিশ্বৰ ৩৪ সংখ্যক আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ হিচাপে পৰিগণিত হৈছিল।[2] ১৭ শতিকাৰ পৰাই পেৰিছ বিশ্বৰ বিত্ত, কূটনীতি, বাণিজ্য, ফেশ্বন, গেষ্ট্ৰ’নমি, বিজ্ঞান, আৰু কলাৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে আৰু বহুসময়ত ইয়াক বিশ্বৰ ৰাজধানী বুলিও উল্লেখ কৰা হৈছে।

Quick facts: Paris, ৱেবছাইট...
Paris
La_Tour_Eiffel_vue_de_la_Tour_Saint-Jacques%2C_Paris_ao%C3%BBt_2014_%282%29.jpg
Arcdetriomphe_2.jpg
Paris_Opera_full_frontal_architecture%2C_May_2009_%28cropped%29.jpg
Louvre_Courtyard%2C_Looking_West.jpg
জনসংখ্যা ২১,৬৫,৪২৩ জন
ৱেবছাইট www.paris.fr
Close